লকডাউনৰ গইনালৈ ১২খনকৈ স্থানীয় ৰেলৰ চলাচল বন্ধ
ট্ৰেইনৰ সংখ্যা বঢ়া বা কমালৈ অসমৰ সাংসদ বিধায়কৰ আহৰি নাই। ৰাইজৰ বাবে ভাল দিন বা উন্নত জীৱন যাপনৰ সপোন দেখুৱাই সাংসদ বিধায়কৰ পদ লবলৈ গৈ যদি মালিগাৱৰ NFR HQ লৈ আহি সমস্যাৰ সমাধান নিবিচাৰে তেন্তে তেখেতসকলক সচা অৰ্থত ৰাইজৰ প্ৰতিনিধি বুলি মানি লব পাৰিনে?
- Read more about লকডাউনৰ গইনা লৈ ১২খনকৈ স্থানীয় ৰেল'!
- Log in to post comments