Nomination Day

আজি প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন
কেইবাগৰাকী হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন
বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই দাখিল কৰিব মনোনয়ন
কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা
কামাখ্যা প্ৰসাদ তাছাক সংগ দিব মুখ্যমন্ত্ৰী ডঃ শৰ্মাই
শোণিতপুৰৰ প্ৰাৰ্থী ৰঞ্জিত দত্তইও আজি দিব মনোনয়ন
যোৰহাটত তপন কুমাৰ গগৈয়ে দাখিল কৰিব মনোনয়ন
১৯ এপ্ৰিলত ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ
৫টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ
ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, কাজিৰঙা, শোণিতপুৰত ভোটগ্ৰহণ