Wife Birthday

জন্মদিনৰ দিনটোত এইবাৰ পত্নীক বিশেষ উপহাৰ দিয়াৰ কথা ভাবিলে স্বামীয়ে। ফুল-কেক-কাপোৰৰ সলনি স্বামীৰ মনলৈ আহিল এক বেলেগ ধৰণৰ উপহাৰ দিয়াৰ কথা। সেয়েহে পলম নকৰি স্বামী সাজু হ’ল সেই বিশেষ দিনটোলৈ।