IPLৰ পৰা অৱসৰ ল’লে মহেন্দ্ৰ সিং ধোনীয়ে

ipl

IPLৰ ২২ গৰ্জৰ ৰণত আৰু দেখা নাযাব ধোনীক।

IPLৰ পৰা ৰিটাইমেন্ট ঘোষণা এম এছ ধোনীৰ।

আনুষ্ঠানিকভাৱে আই পি এলৰ পৰা গ্ৰহণ কৰিছে অৱসৰ।

২০২৭ চনৰ IPLত CSKৰ মেন্টৰ হিচাপে দায়িত্বভাৰ ল'ব ধোনীয়ে।

২০০৮ ৰ পৰা ২০২৫ লৈ IPLৰ মুঠ ১৯ টা সংস্কৰণত ২৭৮ খন মেচ খেলি সংগ্ৰহ ধোনীয়ে কৰিছিল ৫,৪৩৯ ৰাণ।

 

Category