Kirti Kamal Bora

◾ প্ৰসংগঃ নগাঁও এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন
◾ চৰকাৰী তদন্তক প্ৰত্যাহ্বান এছ পি আনন্দ মিশ্ৰৰ
◾ কীৰ্তিকমলক পুনৰ ড্ৰাগছ সৰবৰাহকাৰী সজোৱাৰ চেষ্টা
◾ কীৰ্তিকমলক ‘চান্দা পাৰ্টীৰ মানুহ’ আখ্যা আৰক্ষী অধীক্ষকৰ
◾ সমগ্ৰ ঘটনাটো ৰাজনীতিকৰণ কৰা হৈছেঃ আনন্দ মিশ্ৰ
◾ প্ৰতিবেদনত সাক্ষী সকলক সুৰক্ষা দিয়াৰ কথা কোৱা হৈছে
◾ কিন্তু সাক্ষীৰ বিৰুদ্ধেও তথ্য প্ৰমাণ গতোৱাৰ হুংকাৰ এছ পিৰ
◾ সকলোকে চোঁচৰাই আনিমঃ আনন্দ মিশ্ৰ
◾ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই যোৱাৰ অংগীকাৰ
◾‘তাৎক্ষণিকভাৱে গুলীওৱাৰ সিদ্ধান্ত ভুল হ’ব পাৰে’