এনকাউণ্টাৰত ভুল আছিল আৰক্ষীৰ! অৱশেষত ন্যায় পালে ছাত্ৰনেতা কীৰ্তিকমল বৰাই..

Kirti Kamal Bora

◾ অসম চৰকাৰৰ হাতত নগাঁও এনকাউণ্টাৰৰ প্ৰতিবেদন দাখিল

◾ তদন্তকাৰী বিষয়া পৱণ বৰঠাকুৰে দাখিল কৰিলে প্ৰতিবেদন

◾ নগাঁৱৰ ছাত্ৰনেতাক এনকাউণ্টাৰ আৰক্ষীৰ ভুল আছিল

◾ বৰঠাকুৰৰ প্ৰতিবেদনত স্পষ্ট এই তথ্য

◾ প্ৰতিবেদনৰ পৰামৰ্শমতে DGPক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

◾ SP আনন্দ মিশ্ৰই গঠন কৰা এণ্টি নাৰ্কটিক স্কোৱাড ভংগৰ নিৰ্দেশ

◾ এণ্টি নাৰ্কটিক স্কোৱাডৰ সকলো সদস্যক বদলিৰ নিৰ্দেশ

◾ SI প্ৰদীপ বণিয়াক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা নিলম্বনৰ নিৰ্দেশ

◾ ঘটনা সম্পৰ্কীয় দুয়োটা গোচৰৰ তদন্ত CIDলৈ হস্তান্তৰ

◾ ঘটনাত জড়িত প্ৰতিজন আৰক্ষীৰ ভূমিকাক লৈ হ’ব তদন্ত

◾ অৱশেষত ন্যায় পালে ছাত্ৰনেতা কীৰ্তিকমল বৰাই

Category
Profile picture for user UB Photos