Fight

গুৰুগ্রামৰ এখন ৰেষ্টোৰেণ্টত সংঘটিত হৈছে এই ঘটনা। ৰেষ্টোৰেণ্টখনত কাম কৰা দুই যুৱকৰ মাজত এটুকুৰ চিজ (Cheese) কটাক কেন্দ্ৰ কৰি এখন কাজিয়াৰ সূত্ৰপাত হয়। কাজিয়া ইমানে বাঢ়ি যায় যে এজন বন্ধুৱে আন জনৰ পেটত চিজ কটা চুৰিখন আন জনৰ পেটত ভৰাই হত্যাৰ চেষ্টা কৰে।