Bank Privatization

বেংক কৰ্মচাৰীৰ ৯ টা সংগঠনৰ শীৰ্ষ সংস্থা ইউনাইটেড ফ'ৰাম অফ বেংক ইউনিয়নে ১৬ আৰু ১৭ ডিচেম্বৰ, ২০২১ তাৰিখে দুদিনীয়া ধৰ্মঘট ঘোষণা কৰিছে। 

১৬ আৰু ১৭ ডিচেম্বৰ ২০২১ তাৰিখে ইউনাইটেড ফ'ৰামে দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে।