B Barooah College

শেহতীয়া খবৰ অনুসৰি, দিচপুৰ মহাবিদ্যালয়ৰ এজন অধ্যাপককে ধৰি ছয়জন শিক্ষাৰ্থী কোভিডত আক্ৰান্ত হৈছে।

উল্লেখ্য় যে, এতিয়ালৈকে প্ৰশাসনে মহাবিদ্যালয়খন বন্ধ কৰিবলৈ বা পৰীক্ষা বাতিল কৰিবলৈ কোনো সিদ্ধান্ত গ্ৰহন কৰা নাই।

ইয়াৰ পূৰ্বে, বি বৰুৱা মহাবিদ্যালয়ত ছয়জন শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছিল কোভিড১৯। লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰো পৰীক্ষা কৰা ২০জন শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে এই ভাইৰাছ। যাৰ বাৰে বিশ্ববিদ্যালয়খনৰ সকলো পাঠদান বাতিল কৰিছে।