অপেক্ষাৰ অন্ত! প্ৰেমৰ আকাৰ দিলে কেটৰিনা কাইফ আৰু বিকি কৌশলে। আনুষ্ঠানিকভাৱে এতিয়া দুয়ো স্বামী-স্ত্ৰীলৈ পৰ্যবসিত হ'ল।
বিকি কৌশল আৰু কেটৰিনা কাইফৰ বিয়াক লৈ চলিছিল তীব্ৰ চৰ্চা। অৱশেষত ৰাজকীয় বিবাহখনক লৈ কৌতূহলীসকলৰ বাবে দুয়োগৰাকীয়ে দিলে বৈবাহিক সম্পৰ্কৰ বতৰা।
বিকি আৰু কেটৰিনাই নিজেই বহু প্ৰতীক্ষিত ফটোকেইখন সামাজিক মাধ্যমত পোষ্ট কৰিলে।