AJYCP

যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ বিশেষ সন্মান। জুবিন গাৰ্গলৈ আগবঢ়োৱা হ’ব চ্যুকাফা সমন্বয় বঁটা।

২০২১ বৰ্ষৰ চ্যুকাফা সমন্বয় বঁটা আগবঢ়োৱা হ’ব কন্ঠশিল্পী জুবিন গাৰ্গলৈ। তেওঁলৈ এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে অসম জাতীয়তাবদী যুৱ ছাত্ৰ পৰিষদে। ২৫টা বৰ্ষৰ লোকসংস্কৃতিৰ বিকাশৰ বাবে জুবিন গাৰ্গক দিয়া হ’ব চ্যুকাফা বঁটা।

zubeen garg