Border Conflict

ভাৰত-পাক সীমান্তত পুনৰ উত্তেজনা!ভাৰত সীমান্তত পাকিস্তানী ৰেঞ্জাৰৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়। খবৰ অনুসৰি, জম্মু কাশ্মীৰৰ চাম্বা জিলাত পাকিস্তানী পক্ষই গুলীচালনা কৰে। আন্তঃৰাষ্ট্ৰীয় সীমান্তত নয়নপুৰ পোষ্টত এই ঘটনাটো সংঘটিত হয়।

বৃহস্পতিবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ চাম্বা জিলাৰ ৰামগড় চেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তান ৰেঞ্জাৰৰ অপ্ৰৰোচিত গুলীচালনাত এজন সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) জোৱান আহত হয়। চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় BSFৰ জোৱান জন।