দিল্লীত অধিক ভয়াৱহ হৈ পৰিছে বায়ু প্ৰদূষণৰ হাৰ
দিল্লীৰ ভিন্ন স্থানত অৱনমিত হৈছে বায়ুৰ গুণাগুণ
বায়ুৰ গুণাগুণ সূচাংকই অতিক্ৰম কৰিছে ৪০০
ধোঁৱাৰ দৰে ডাঠ তৰপে আৱৰি ৰাখিছে বায়ুমণ্ডল
স্বাস্থ্যজনিত ভাবুকি আহিছে দিল্লীবাসীলৈ
শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ লগতে দেখা দিছে ভিন্ন ৰোগে
হটস্পটত পৰিণত প্ৰগতি ময়দান, কালিন্দী কুঞ্জ, ইণ্ডিয়া গেট
যমুনা নদীৰ কিছু অংশও বিষাক্ত ফেনেৰে আবৃত্ত হৈ পৰিছে
পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ কেতবোৰ বিশেষ নিৰ্দেশনা
চাৰিচকীয়া বাহন চলাচলত নিষেধাজ্ঞা আৰোপ
আইন উলংঘা কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব বাহন চালক
- Today is: