Govt of India

বুধবাৰে ৰাজ্যসভালৈ মনোনীত কৰা হয় ৪ গৰাকীকৈ বিশিষ্ট ব্যক্তিক।

মনোনীত হোৱা বিশিষ্ট ব্যক্তিসকল হৈছে কিংবদন্তি খেলুৱৈ পিটি উষা, মিউজিক মেষ্ট্ৰ’ ইলায়াৰাজা, আৰু চলচ্চিত্ৰ নিৰ্মাতা ভি বিজয়েন্দ্ৰ প্ৰসাদ। দানবীৰ তথা ধৰ্মস্থল মন্দিৰৰ প্ৰশাসক বীৰেন্দ্ৰ হেগড়েকো সংসদৰ উচ্চ সদনলৈ মনোনীত কৰা হয়।