Hindusim

নলবাৰী জিলাৰ পানীগাঁও অঞ্চলত এজনী মুছলমান যুৱতীয়ে সম্পূৰ্ণ সনাতনী ৰীতি নীতিৰ মাজেৰে আজি অগ্নিক সাক্ষী কৰি বিবাহৰ মাধ্যমেৰে হিন্দু ধর্ম গ্ৰহণ কৰে।

যুৱতী গৰাকীৰ নাম ইনা বেগম আৰু পিতৃ বাদু আলী । 

উল্লেখ্য় যে, যুৱতী গৰাকীয়ে প্ৰথমে আইনী প্ৰক্ৰিয়াৰে কোৰ্ট ৰেজিষ্টাৰ কৰি মুছলিম ধৰ্ম ত্যাগ কৰি হিন্দু ধর্ম গ্ৰহণ কৰে। 

আজি সমগ্ৰ গাওঁৰ মানুহৰ উপস্থিতিত বিশ্ব হিন্দু পৰিষদৰ সহযোগত হিন্দু ধর্মৰ নিয়মমতে হোম যজ্ঞক সাক্ষী কৰি হিন্দু ধৰ্মালম্বী যুৱক জনৰ সৈতে বিবাহ পাসত আৱদ্ধ হয়।

এই শুভ কৰ্মত আত ধৰে বিশ্ব হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলা সমিতিৰ বিষয় ববীয়াসকলে ।