AICC

কংগ্ৰেছৰ পৰা অংকিতা দত্তক বহিস্কাৰ কৰা বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিত খলকনি লগাইছে । অংকিতা দত্তৰ বহিষ্কাৰ সন্দৰ্ভত মন্তব্য মনজিৎ মহন্তই কয়-' অংকিতা দত্তৰ বহিস্কাৰত APCCৰ কৰ্তৃত্ব নাই, এয়া AICCৰ হে সিদ্ধান্ত। দলীয় অনুশাসনৰ ওপৰত কোনো হ’ব নোৱাৰে। সীমা অতিক্ৰম কৰাৰ কাৰণেই অংকিতাক বহিষ্কাৰ কৰা হৈছে।' লগতে অংকিতা দত্তক বিজেপিয়ে ব্যৱহাৰ কৰাৰো অভিযোগ মনজিৎ মহন্তৰ।