গোসাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
ট্ৰাকৰ চেপাত মৃত্যু ট্ৰাক চালকৰ ।
বৰ্তমানলৈ উদ্ধাৰ কৰিব পৰা নাই ট্ৰাক চালকজনক ।
ট্ৰাকৰ ভিতৰতে আৱদ্ধ হৈ মৃত্যুক সাৱটি লয় চালকগৰাকীয়ে।
গোসাইগাঁৱৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পানবাৰীত সংগঠিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
JH10DB3787 নম্বৰৰ ১৬ চকীয়া ট্ৰাকখন চিমেণ্ট কঢ়িয়াই আনিছিল।
বৰ্তমানলৈ নিহত চালকগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই ।
- Read more about ট্ৰাকৰ চেপাত মৃত্যু অচিনাক্ত ট্ৰাক চালকৰ
- Log in to post comments