ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান UB Photos March 27 / 2026 ৰাজ্যত বৃদ্ধি পাইছে চুৰিকাণ্ড ঘটনা। এইবাৰ লামডিঙত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। চোৰৰ উপদ্ৰৱত নিদ্ৰাহৰিছে সাধাৰণ ৰাইজৰ । আৰক্ষীৰ তহলদাৰী ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই এইবাৰ লামডিং পৌৰসভাৰ ৯ নং ৱাৰ্ডৰ বিধায়ক পল্লীৰ নিবাসী সঞ্জীৱ পালৰ ঘৰত চোৰে চলালে চাফাই অভিযান । Tags UB media UB News UB Photos Read more about ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযানLog in to post comments