অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ

Zubeen Garg

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ।

ৰক্তচাপজনিত সমস্যা আৰু মধুমেহৰ বাবে চিকিৎসালয়ত ভৰ্তি গৰিমাক।

দিছপুৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে গৰিমা শইকীয়া গাৰ্গক।

 

Category