হঠাতে ভাগি পৰিল দিখৌ নৈৰ ওপৰত থকা গেমন দলঙৰ মাজভাগ UB Photos March 27 / 2026 শিৱসাগৰত অঘটন ৷ হঠাতে ভাগি পৰিল দিখৌ নৈৰ ওপৰত থকা গেমন দলঙৰ মাজভাগ ৷ মেৰামতিৰ সময়ত দলঙ খন ভাগি পৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে বিচ্ছিন্ন হৈ পৰিছে উজনি-নামনিৰ সংযোগ ৷ দলঙ খন ভাগি পৰাৰ ফলত দুয়োদিশে সৃষ্টি হৈছে ব্যাপক যানযঁট৷ Tags UB media UB News UB Photos Read more about হঠাতে ভাগি পৰিল দিখৌ নৈৰ ওপৰত থকা গেমন দলঙৰ মাজভাগLog in to post comments