Mobile Game

শিৱসাগৰত ভয়ংকৰ কাণ্ড। মোবাইল গেম খেলিবলৈ চুৰি কৰিলে ১৯ লাখ টকা। ৪ কিশোৰে সৰকালে বৃহৎ পৰিমাণৰ ধন।

মাতৃৰ একাউণ্টৰ পৰা সৰকালে ১৯ লাখ টকা। জিতু দত্তৰ পত্নী ৰুমী চুতিয়া দত্তৰ একাউণ্টৰ পৰা মোবাইল গেম খেলিবলৈ ৪ কিশোৰে সৰকালে ধনখিনি।

ICICI বেংকৰ একাউণ্টত আছিল ৰুমী চুতিয়া দত্তৰ এই বৃহৎ পৰিমাণৰ ধন। আটকাধীন এজন যুৱকৰ নাম নিপুৰাজ গগৈ বুলি জানিব পৰা গৈছে।