ভয়ংকৰ! মোবাইল গেম খেলিবলৈ মাতৃৰ একাউণ্টৰ পৰা সৰকালে ১৯ লাখ টকা

ভয়ংকৰ! মোবাইল গেম খেলিবলৈ মাতৃৰ একাউণ্টৰ পৰা সৰকালে ১৯ লাখ টকা

শিৱসাগৰত ভয়ংকৰ কাণ্ড। মোবাইল গেম খেলিবলৈ চুৰি কৰিলে ১৯ লাখ টকা। ৪ কিশোৰে সৰকালে বৃহৎ পৰিমাণৰ ধন।

মাতৃৰ একাউণ্টৰ পৰা সৰকালে ১৯ লাখ টকা। জিতু দত্তৰ পত্নী ৰুমী চুতিয়া দত্তৰ একাউণ্টৰ পৰা মোবাইল গেম খেলিবলৈ ৪ কিশোৰে সৰকালে ধনখিনি।

ICICI বেংকৰ একাউণ্টত আছিল ৰুমী চুতিয়া দত্তৰ এই বৃহৎ পৰিমাণৰ ধন। আটকাধীন এজন যুৱকৰ নাম নিপুৰাজ গগৈ বুলি জানিব পৰা গৈছে।

 

Category
Profile picture for user UB Photos