health minister keshab mahanta

ৰক্তাক্ত গৰুখুঁটিৰ ঘটনাৰ আহতসকলৰ খবৰ ল’বলৈ গৈ GMCHত ছিপাঝাৰৰ বিধায়কৰ আশ্চৰ্যজনক মন্তব্য-  ‘ঢলপুৰৰ ঘটনাত জড়িত আছে তৃতীয় শক্তি।

ঢলপুৰত উচ্ছেদ হ’বই, আৰক্ষীৰ ওপৰত আছিল এয়া পৰিকল্পিত আক্রমণ’।

আনহাতে অবৈধ বেদখল এই চৰকাৰে উচ্ছেদ কৰিব বুলি GMCHত মন্তব্য কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ।