আহতৰ খবৰ ল’বলৈ গৈ GMCHত ছিপাঝাৰৰ বিধায়কৰ আশ্চৰ্যজনক মন্তব্য

Sipajhar MLA

ৰক্তাক্ত গৰুখুঁটিৰ ঘটনাৰ আহতসকলৰ খবৰ ল’বলৈ গৈ GMCHত ছিপাঝাৰৰ বিধায়কৰ আশ্চৰ্যজনক মন্তব্য-  ‘ঢলপুৰৰ ঘটনাত জড়িত আছে তৃতীয় শক্তি।

ঢলপুৰত উচ্ছেদ হ’বই, আৰক্ষীৰ ওপৰত আছিল এয়া পৰিকল্পিত আক্রমণ’।

আনহাতে অবৈধ বেদখল এই চৰকাৰে উচ্ছেদ কৰিব বুলি GMCHত মন্তব্য কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ।

Category
Profile picture for user UB Photos