Security

মহাৰাষ্ট্ৰ চৰকাৰে বৃদ্ধি কৰিলে অমিতাভ বচ্চনৰ নিৰাপত্তা। তেওঁৰ Y কেটেগৰী ছিকিউৰিটি এক্স কেটেগৰীলৈ বৃদ্ধি কৰা হৈছে। এতিয়া বিগ বিৰ লগত এক্স গ্ৰেডৰ নিৰাপত্তাৰক্ষীত দুজন নিৰাপত্তাৰক্ষী স্থাপন কৰা হ’ব।উল্লেখযোগ্য যে অমিতাভ বচ্চনক আগতেও মুম্বাই আৰক্ষীয়ে সাধাৰণ নিৰাপত্তা দিছিল। বৰ্তমান এক্স গ্ৰেড ছিকিউৰিটি পোৱাৰ পাছত বিগ বিৰ ছিকিউৰিটিৰ বাবে আৰু ২ জন গাৰ্ড পোষ্ট কৰা হ’ব। তাৰে এজন হৈছে PSO অৰ্থাৎ এতিয়া ৩ জন আৰক্ষীয়ে বিভিন্ন শ্বিফটত অমিতাভ বচ্চনক সুৰক্ষা দিব।