Kachar

◾ কাছাৰত চাঞ্চল্যকৰ ঘটনা

◾ চীপ লোৱা অৱস্থাত উদ্ধাৰ যুৱক-যুৱতীৰ মৃতদেহ

◾ মৃত যুৱকজন সুমিত দাস

◾ বৰ্তমানেও উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়

◾ ঘটনাস্থলীত উদ্ধাৰ এখন ভোটাৰ কাৰ্ড

◾ ঘটনাস্থলীত উপস্থিত পালংঘাট আৰক্ষী

◾ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে SMCHলৈ প্ৰেৰণ

◾ ৰহস্যৰ আৱৰ্তত এয়া হত্যা নে আত্মহত্যাৰ ঘটনা

◾ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা