Transportation

মুকলি হ’ল গুৱাহাটীৰ নতুন কেব সেৱা - "উল্টা কেব (Oollta Cab)"

Android/IOSৰ মবাইল ফোনৰ “Play storeত উপলব্ধ এই Application Appটো।

অতি কম মূল্যত গ্রাহকে অসমৰ বিভিন্ন ঠাই, জিলালৈ নিৰাপদে যাত্রা কৰিব পাৰিব।

উল্লেখ্য় যে, উল্টা কেব (Oollta Cab)ৰ সেৱা একমাত্র গুৱাহাটীতে সীমাৱদ্ধ নাথাকে থাকিব অসমৰ গাৱে-ভূৱে,চহৰে-নগৰে প্ৰতিটো অঞ্চলতে লাভ কৰিব পাৰিব ইয়াৰ সেৱা।

বাইক, অটোৰ পৰা আৰম্ভ কৰি বিলাসী গাড়ী উপলব্ধ হ'ব Oollta Cabত।

যি সকল গ্রাহকে উল্টা কেবক ৰেফাৰ কৰিব তেওঁলােকে লাভ কৰিব ৫০ টকা।