Assam Sahitya Sabha

অসম সাহিত্য সভাত বৃহৎ বিত্তীয় খেলিমেলি

২০১৫ৰ পৰা ২০২৩ চনলৈ এই বিত্তীয় খেলিমেলি

পূৰ্বৰ ৩ প্ৰধান সম্পাদকৰ কাৰ্যকালত বিত্তীয় খেলিমেলি!

পৰমানন্দ ৰাজবংশী, পদুম ৰাজখোৱা আৰু যাদৱ শৰ্মা

বিস্ফোৰক অভিযোগ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাৰ

সভাৰ কাৰ্যালয়ৰ পৰা ফাইল হেৰুওৱাৰ অভিযোগ নস্যাৎ

পূৰ্বৰ কমিটীৰ বিৰুদ্ধে অভিযোগ নতুন কমিটীৰ