কোন হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি?

Assam Sahitya Sabha

আজি ঘোষণা হ'ব সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফল। সাহিত্য সভাৰ ৭৮৪‌ টা শাখাই অংশ লৈছিল এই নিৰ্বাচনত। ভাগ্য নিৰ্ণয় হ'ব সভাপতি পদৰ ৬ প্ৰাৰ্থীৰ। সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে হৈছিল নিৰ্বাচন। ইতিমধ্যে ১২ বজাৰ পৰা নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰম্ভ হৈছে ভোটগণনা।

Category
Profile picture for user UB Photos