বিতৰ্কই লগ এৰা নাই অসম সাহিত্য সভাক! অধিবেশনৰ অন্তিম দিনটোত খালীয়েই হৈ ৰ’ল মুকলি সভাৰ আসন!

Narayanpur

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ আজি অন্তিম দিন। খালি চকীৰ সন্মুখতে চলিল মুকলি সভা। আদৰণি সভাপতিয়ে ভাষন দি থকাৰ অৱস্থাতো দেখা পোৱা নগল মানুহৰ উপস্থিতি। পূৰ্বতে সাহিত্য সভাৰ এই বিশাল মঞ্চত এনে পৰিবেশ দেখা পোৱা হোৱা নাছিল। অসমৰ সাহিত্যৰ এই বৃহৎ অনুষ্ঠানটোৰ মুকলি সভাত মঞ্চৰ আসনো খালি থাকিল। বহু আমন্ত্রিত অতিথিও দেখা পোৱা নগল। নাহিল মুখ্যমন্ত্রী, বহুতো নেতা মন্ত্রীৰ নাম আছিল যদিও উপস্থিত থাকিল কেৱল মন্ত্রী অতুল বৰা

Category