ASAM

RBI ৰ বৃহৎ ঘোষণা, বন্ধ হ'ল ২০০০ টকাৰ নোট॥ দেশত পুনৰ বিমুদ্ৰাকৰণ॥ আপোনাৰ পেৰাত সাচি থৈছে নেকি ২০০০ টকীয়া নোট। সোনকালে সলাওক বেংকত। টকা সলোৱাৰ সময় ২৩মে'ৰ পৰা ৩০ ছেপ্তেম্বৰ ২০২৩লৈকেহে। এদিনত এজনে সলাব পাৰিব মাত্ৰ ২০,০০০ টকা।