Summer Fruits

সকলোৰে বাবে গৰমৰ দিনকেইটা বৰ অস্যচকৰ। ঘামৰ ফলত হোৱা দেহৰ দুৰ্গন্ধৰ পৰা আৰম্ভ কৰি এনে দিনত আমি খুব ভাগৰুৱা অনুভৱ কৰাৰ লগতে আন সময়ৰ দৰে শৰীৰত সতেজতা নাথাকে।   

গতিকে, গৰমৰ দিনকেইটাত আমি নিতৌ যথেষ্ট পানী খোৱাৰ লগতে বৰতৰৰ বিভিন্ন ধৰণৰ ফল-মূল খোৱা উচিত। সেয়ে গৰমকালি শৰীৰটোক সতেজ কৰি ৰাখিবলৈ কি কি ফল খাব লাগে? জানো আহক -

তৰমুজ: 
তৰমুজ এবিধ অতি উপকাৰী ফল। ই আমাৰ দেহত গৰমকালি কমি যোৱা পানীৰ পৰিমাণ সন্তুলিত কৰি ৰখাত সহায় কৰে।  তৰমুজত ৯১.৪৫ শতাংশ পানী থাকে, যাৰ ফলত ই আমাৰ শৰীৰটোক সতেজ কৰি ৰাখে।