দুদিন ধৰি গুৱাহাটী মহানগৰীত হ’ব ড্ৰাই ডে
১৭ৰ পৰা ১৯ এপ্ৰিললৈ গুৱাহাটীত ড্ৰাই ডে ঘোষণা
১৭ এপ্ৰিলৰ বিয়লি ৪ বজাৰ পৰা সুৰাৰ বিপণী বন্ধ ৰখাৰ নিৰ্দেশ
১৯ এপ্ৰিলত ভোটগ্ৰহণ সমাপ্ত নোহোৱা পৰ্যন্ত বাহাল থাকিব ড্ৰাই ডে
কামৰূপ (মঃ) জিলা দণ্ডাধীশৰ ড্ৰাই ডে ঘোষণা
চুবুৰীয়া ৰাজ্য মেঘালয়ত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে এই ঘোষণা
১৯ এপ্ৰিলত মেঘালয়ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
- Today is: