ড্ৰাগছ পেডেলাৰৰ আন এক নতুন কৌশল....

DRUGS

পুনৰ ড্ৰাগছ পেডেলাৰে সলাইছে কৌশল । আৰক্ষীৰ চকুত ধূলি দি মেঘদূত ভৱনত কুৰিয়াৰৰ জৰিয়তে ড্ৰাগছ সৰবৰাহৰ নতুন চেষ্টা । পাণবজাৰত পাৰ্ছেল কৰি থাকোতেই পাণবজাৰ যান বাহন আৰক্ষীয়ে হাতে লুতে ধৰে ড্ৰাগছ পেডেলাটোক ।

drugs

আনহাতে, প্ৰথম অৱস্থাত পাৰ্ছেলটো গাড়ীৰ parts বুলি আৰক্ষীক কৈছিল যদিও আৰক্ষীৰ সন্দেহ উপজাত অভিযান চলাইছিল লোকজনক । তাৰ পাছতে লগে লগে জব্দ হ'ল বুজন পৰিমাণৰ গাঞ্জা । বৰ্তমান গাঞ্জাসহ আটক ড্ৰাগছ পেডলাটো, অধিক তথ্যৰ বাবে তদন্ত অব্যাহত পাণ বজাৰ আৰক্ষীৰ ।
 

Category
Profile picture for user UB Photos