পোহৰলৈ জোনমণি মৃত্যুৰ ৰহস্যৰ ন ন তথ্য! ট্ৰাকচালক সুমিতক চিনাক্ত কৰিলে একমাত্ৰ প্ৰত্যক্ষদৰ্শীয়ে

Junmoni Rabha

নিতৌ ন ন তথ্য পোহৰলৈ আহিছে জোনমণি ৰাভাৰ মৃত্যুৰ। জোনমণিৰ দুৰ্ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী আছিল প্ৰণৱ। ৫জন লোকৰ ভিতৰত চিনাক্ত কৰি উলিয়ালে সুমিতক। জখলাবন্ধাত আৰক্ষীৰ সন্মুখতে চিনাক্ত কৰিলে প্ৰণৱে। নিশা দুৰ্ঘটনাস্থলীত প্ৰণৱক লগত লৈ অভিযান। প্ৰণৱক লৈ সৰুভগীয়াত অভিযান চলাইছিল আৰক্ষীয়ে। অভিশপ্ত নিশাৰ সমগ্ৰ পৰিৱেশ বৰ্ণনা কৰে প্ৰণৱে। আৰক্ষীৰ সন্মুখতে বৰ্ণনা কৰিলে সমগ্ৰ ঘটনা। ইফালে জখলাবন্ধালৈ ৰাওনা হ'ল জোনমণিৰ মাতৃ। 


 

Category
Profile picture for user UB Photos