এইয়া ৰঙৰ উৎসৱ! আবিৰৰ ৰঙত বিলীন হ’ল ভাৰতীয় ক্ৰিকেট খেলুৱৈসকল।

India

আজি ফাকুৱা। দেশবাসীয়ে হেপাহেৰে উদযাপন কৰিছে এই উৎসৱ।

1

ব্যতিক্ৰম নহল ভাৰতীয় খেলুৱৈসকলো।

2

ৰোহিত শৰ্মা বিৰাট কোহলীকে ধৰি প্ৰত্যেকজন খেলুৱৈয়ে ইজনে সিজনক আলিঙ্গন কৰি ৰং সানে।

3

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ফটো।

4

    

Category
Profile picture for user UB Photos