হাতত ক্ৰীম লগোৱাৰ বাবেই জৰিমনা ভৰিলে ৰবীন্দ্ৰ জাডেজাই!

Rabindra Jadeja

ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাডেজাক আইচিচিৰ দ্ধাৰা জৰিমনা। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ সময়ত হাতত ক্ৰীম প্ৰয়োগ কৰাৰ বাবে আইচিচিৰ দ্বাৰা ২৫ শতাংশ মেচ মাচুল জৰিমনা ক্ৰিকেটাৰজনক। উল্লেখ্য যে ৰবীন্দ্ৰ জাডেজাই দীৰ্ঘ দিনৰ বিৰতিৰ মূৰত ভৰি দিছিল খেলত।

Category
Profile picture for user UB Photos