অসমৰ ছবিজগতত আলোড়ন! ২ কোটিৰ ক্লাৱত ‘ডক্তৰ বেজবৰুৱা’

Bezbaruah 2

অভিলেখৰ পাছত অভিলেখ ৰচনা কৰি অসমীয়া ছবিজগতত আলোড়ন সৃষ্টি কৰা ডক্তৰ বেজবৰুৱা ২’- য়ে প্ৰৱেশ কৰিলে ২ কোটিৰ ক্লাৱত। দীৰ্ঘ বিৰতিৰ অন্তত এখন অসমীয়া ছবিক সৰ্বস্তৰৰ দৰ্শকে আদৰি লোৱাত ধন্যবাদ জনাইছে ছবিখনৰ নিৰ্মাতা গোষ্ঠী এ এম টেলিভিছনে।

1

বৃহস্পতি বাৰে ছবিখনৰ প্ৰযোজক ড০ সঞ্জীৱ নাৰাযণ আৰু ড০ অক্সৰা নাৰায়ণে সম্বোধন কৰে সংবাদমেল।উপস্থিত থাকে অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, প্ৰয়াত নিপন গোস্বামীৰ পুত্ৰ- বোৱাৰী সহ অভিনেতা- অভিনেত্ৰীসকল।

2

IMDB ৰেটিঙৰ ক্ষেত্ৰত ৯.১ পইণ্ট লাভ কৰি ড° বেজবৰুৱা ২ ছবিখনে পিছ পেলালে পাঠানকঅসমত গড় হিচাপত দৈনিক ২০০টা দৰ্শনী প্ৰদৰ্শিত হৈছে আৰু প্ৰতিটোতেই হৈছে হাউছফুলসৰ্বমুঠ ১৫০০টা দৰ্শনীত হাউছফুল হোৱা অসমীয়া বোলছবিৰ আন এক অভিলেখঅসমৰ সমান্তৰালভাৱে বাংগালুৰু, নতুন দিল্লী, মুম্বাইকে ধৰি আন ৯খন ৰাজ্যৰ ছবিগৃহত চলি আছে বেজবৰুৱা ২° বেজবৰুৱাই ইতিমধ্যে প্ৰৱেশ কৰিছে ২ কোটিৰ ক্লাৱতইংৰাজী subtitleৰ সৈতেও শীঘ্ৰেই প্ৰদৰ্শন হ'ব ছবিখন।পৰৱৰ্তী সময়ত হিন্দী ভাষাৰ উপৰিও আন ভাষাত ডাবিং হ'ব ছবিখনভ্ৰাম্যমাণ প্ৰদৰ্শনীৰ যোগেদি গাঁৱে-ভূঞে প্ৰদৰ্শনৰো ব্যৱস্থা কৰিছে নিৰ্মাতা সকলে। অচিৰেই বিদেশতো প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব ছবিখন। ইয়াৰ উপৰিও ডক্তৰ বেজবৰুৱা ২প্ৰদৰ্শিত হPRAG PLAY নামৰ OTT প্লেটফৰ্মত।

Category
Profile picture for user UB Photos