মৰ্মান্তিক! চিকিৎসালয়ত লাগিল ভয়ংকৰ জুই!চিকিৎসক দম্পতীসহ ৬ জনৰ মৃত্যু

Fire

ঝাৰখণ্ডৰ ধানবাদত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড। এখন ব্যক্তিগত চিকিৎসালয়ত লাগিল ভয়াৱহ জুই। পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত চিকিৎসকসহ ৬জনৰ মৃত্যু।আহত তেইবাজনো লোক। নিহত চিকিৎসকৰ ভিতৰত আছিল এটা দম্পত্তিয়ো, মৃত দম্পতীৰ নাম বিকাশ হাজৰা, প্ৰেমা হাজৰা। অগ্নিকাণ্ডৰ সময়ত অধিকাংশ লোকেই আছিল নিদ্ৰাৰতচিকিৎসালয়খনৰ দ্বিতীয় মহলাত এই অগ্নিকাণ্ড। মুহূৰ্তৰ ভিতৰতেই প্ৰথম মহলালৈ বিয়পি পৰে জুইঘটনাত আহতসকলক সমীপৰ চিকিৎসালয়ত ভৰ্তিঘটনাক লৈ শোকপ্ৰকাশ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ।

Category
Profile picture for user UB Photos