বৰ্ষাপাৰাত বিৰাটৰ ধুমুহা! শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগৰ দিশে কোহলী!

kohli

দূৰ্দান্ত ফৰ্মত কিং বিৰাট কোহলী!

1

বৰ্ষাপাৰাত হৈ থকা আন্তৰাষ্ট্ৰীয় এদিনীয়া খেল খনত কৰা শতকৰ সৈতে কোহলীৰ মুঠ শতকৰ সংখ্যা হল ৭৩টা। উল্লেখ্য যে এদিনীয়া ক্ৰিকেটত মুঠ শতক হল ৪৫ টা।

2

ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ ৪৯টা শতকৰ ৰেকৰ্ড অতিক্ৰম কৰিবলৈ বিৰাট কোহলীক আৰু মাত্ৰ ৪ টা শতকৰ দৰকাৰ।

4

কোহলীৰ এই অভিলেখলৈ অতি উৎসাহেৰে বাট চাই আছে।বিশ্বকাপৰ পূৰ্বে ক্ৰিকেটাৰ গৰাকীৰ এই দূৰ্দান্ত ফৰ্ম দেখি অনুৰাগী সকল হৈ পৰিছে অধিক উল্লাসী।

Category
Profile picture for user UB Photos