শীত আৰু জুইৰ আমেজ, এৰাব নোৱাৰা এক সম্পৰ্ক!

winter

শীতৰ সুৱাদেই সুকীয়া!শীতৰ ফিৰফিৰিয়া বতাহজাকে চুই গৈছে সকলোকে। শীতৰ এই ঠাণ্ডা বতাহজাকৰো আছে সুকীয়া আমেজ।

1

শীত মানেই যেন কিবা এটা আনন্দ আৰু উপভোগৰ সময়।সমগ্ৰ অসম এতিয়া শীতৰ প্ৰকোপত।

2

ছুৱেটাৰ,কেঠা-কম্বল যেন এতিয়া সকলোৰে সংগী। কিন্তু এই শীতত জুইকুৰাৰ আমেজেই যেন সুকীয়া।জুইৰ উত্তাপ পোৱাৰ লগে লগেই যেন সাত পৰি যায় দেহ-মন।   

Category
Profile picture for user UB Photos