আজিৰ পৰা আৰম্ভ বিধানসভাৰ শীতকালীন অধিৱেশন । কি কি সিদ্ধান্ত গ্ৰহণ কৰিব এই অধিৱেশনত?

Assembly

আজিৰ পৰা বিধানসভাৰ শীতকালীন অধিৱেশন ।

 

৯:৩০ বজাত আৰম্ভ হ'ব অধিৱেশন ।

 

মুঠ ১২খন বিল সদনত উত্থাপন কৰিব চৰকাৰে ।

 

২০ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বিধানসভাৰ শীতকালীন অধিৱেশন ।

 

অধিৱেশনৰ আজি প্ৰথমটো দিন ।

 

এই অধিৱেশনত চৰকাৰে এখন ৰিপীল বিলকে ধৰি মুঠ ১২খন বিল উত্থাপন কৰিব ৷ শীতকালীন অধিৱেশনৰ বাবে এতিয়া সাজু শাসক-বিৰোধী ৷

 

শীতকালীন অধিৱেশনত চৰকাৰে মুঠ ১২খন বিল সদনত উত্থাপন কৰিব৷ ইয়াৰে এখন ৰিপীল বিল আৰু বাকী এঘাৰখন বিল হ'ব এমেণ্ডমেণ্ট বিল ৷

Category
Profile picture for user UB Photos