কোনে গুলিয়ালে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক ইমৰাণ খানক?

Imran Khan

কথমপি ৰক্ষা পৰিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান। গুলীচালনা হৈছিল ইমৰাণ খানৰ জনসভাত। ইছলামাবাদৰ সমদলৰ মাজতে সংঘটিত হ'ল এই গুলীচালনা। ইমৰাণ খানলৈ লক্ষ্য কৰি কৰা হৈছিল গুলীচালনা। ঘটনাটোত গুলীবিদ্ধ হৈছে সমদলত অংশ লোৱা আন ৫ জন লোক। কথমপি প্ৰাণ ৰক্ষা পৰিল ইমৰাণ খানৰ। ভৰিত গুলি লাগিছে ইমৰাণ খানৰ।

Category
Profile picture for user UB Photos