
অৰুণাচলৰ টাৱাঙত সেনাৰ হেলিকপ্টাৰ ভয়ংকৰ দুৰ্ঘটনা, দুৰ্ঘটনাত পতিত হৈ হেলিকপ্টাৰখনত থকা পাইলটৰ মৃত্যু।
🔹অৰুণাচলৰ টাৱাঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত
🔹হেলিকপ্টাৰখনত থকা এজন পাইলটৰ মৃত্যু
🔹লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱৰ মৃত্যু
🔹সেনাৰ চিটা হেলিকপ্টাৰৰ প্ৰশিক্ষণৰ সময়ত দুৰ্ঘটনা
🔹পুৱা ১০ বজাত নিয়মীয়া উৰণৰ সময়ত মৃত্যু
🔹বৰ্তমানলৈ জানিব পৰা হোৱা নাই দুৰ্ঘটনাৰ কাৰণ
Category
- Log in to post comments