কামৰূপ জিলা প্ৰশাসনৰ বিশেষ ঘোষণা: কাইলৈও বন্ধ থাকিব শিক্ষানুষ্ঠান…

school

ৰজ্যৰ প্ৰতিকূল বতৰৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ বিশেষ ঘোষণা।

উত্তৰ কামৰূপৰ উত্তৰ গুৱাহাটী, হাজো, কমলপুৰ, ৰঙিয়া আৰু কঞা ৰাজহ চক্ৰ এলেকাৰ অধীনৰ সকলো চৰকাৰী, বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান পুনৰ বন্ধৰ ঘোষণা।

কাইলৈ অৰ্থাৎ ২১ জুন তাৰিখেও বন্ধ থাকিব শিক্ষানুষ্ঠান।

Category
Profile picture for user UB Photos