কেব চালকক নাকি লগাব প্ৰশাসনে! চালকে কোনোপধ্যে Cancel কৰিব নোৱাৰিব Trip….

Cab Laws

◾ বাইক, কেব, টেক্সিৰ বিৰুদ্ধে কঠোৰ মহানগৰ প্ৰশাসন

◾ এতিয়াৰে পৰা চালকে ল’ব নোৱাৰিব অতিৰিক্ত ভাৰা

◾ ৰেপিড’ চালকে পৰিধান কৰিব লাগিব ইউনিৰ্ফম

◾ যাত্ৰীয়ে দেখাকৈ ৰাখিব লাগিব ভাৰাৰ তালিকা

◾ কেব চালকে কোনোপধ্যে cancel কৰিব নোৱাৰিব trip

◾ নীতি-নিয়ম মানি চলিব লাগিব কেবৰ চালকে

◾ আইন অমান্য কৰিলে কঠোৰ হ’ব মহানগৰ প্ৰশাসন

◾ শীঘ্ৰে চিটীবাছৰ বিৰুদ্ধে কঠোৰ হ’ব মহানগৰ প্ৰশাসন

◾ আইন অমান্য কৰিলে বাতিল হ’ব টেক্সি চালকৰ অনুজ্ঞাপত্ৰ

Category
Profile picture for user UB Photos