মহানগৰীৰ মন্দাকিনী এপাৰ্টমেন্টত উদ্ধাৰ এজন অভিযন্তাৰ মৃতদেহ!

PHED engineer death

 

◼ গুৱাহাটীৰ হাটীগড় চাৰিআলীত চাঞ্চল্যকৰ ঘটনা ৷

 

◼ মন্দাকিনী এপাৰ্টমেন্টত উদ্ধাৰ অভিযন্তাৰ মৃতদেহ ৷

 

◼ শুকুৰবাৰৰ পুৱা নিজৰ কোঠাত উদ্ধাৰ কৰা হয় মৃতদেহটো ৷

 

◼ PHEDৰ কাৰ্যবাহী অভিযন্তা আছিল মৃনাল কলিতা ৷

 

◼ চুৰিৰে ডিঙি ৰেপি নিজকে শেষ কৰিলে অভিযন্তাজনে ৷

 

◼ অফিচৰ অত্যাধিক কামৰ হেচাৰ বাবে আত্মহত্যা কৰাৰ অভিযোগ পৰিয়ালৰ ।

 

◼ ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ তন্ন-তন্নকৈ আৰম্ভ কৰিছে সকলো দিশ ৷

 

◼ কোনোবাই হত্যা কৰিলে নেকি অভিযন্তাজনক ?

 

◼ সেই দিশতো আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Category
Profile picture for user UB Photos