অসম চৰকাৰৰ সফলতা উদযাপন আৰু আধাৰশিলা স্থাপনৰ বিশেষ কাৰ্যসূচী

Special programme to celebrate the success of Assam government and lay foundation stone

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ সফলতা উদযাপন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী।

উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,  কেন্দ্ৰীয় মন্ত্রী ৰামেশ্বৰ তেলী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

গৃহমন্ত্ৰী অমিত শ্বাহে আধাৰশিলা স্থাপন কৰিব ৫০০০আসনযুক্ত অত্যাধুনিক প্ৰেক্ষাগৃহ।

লগতে, ৰূপনগৰৰ উপায়ুক্ত কাৰ্যলয়ৰ আধাৰশিলা আৰু খানাপাৰাৰ আৰক্ষী আয়ুক্তৰ কাৰ্যলয়ৰ আধাৰশিলা ।

গুৱাহাটী পুলিচ ৰিজাৰ্ভৰ আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে।

Category
Profile picture for user UB Photos