অসম আৰক্ষীয়ে বৃহস্পতিবাৰে কাছাৰ সীমান্তত আধা কিলোগ্ৰাম হেৰোইন আৰু ১.৫ লাখ য়াবা টেবলেট জব্দ কৰে।
আৰক্ষীয়ে জব্দ কৰাৰ সন্দৰ্ভত চুবুৰীয়া ৰাজ্যৰ পৰা দুজন লোককো গ্ৰেপ্তাৰ কৰে।
এক গোপন সূত্ৰৰ জৰিয়তে যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু ডিএছপি কল্যাণ পাঠকৰ নেতৃত্বত চলাই এক অভিযান।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ্তৃপক্ষ আৰু আৰক্ষী বিষয়াসকলক প্ৰশংসা কৰি নিজৰ টুইটাৰত লিখে,
#AssamAgainstDrugs
— Himanta Biswa Sarma (@himantabiswa) April 14, 2022
In an operation led by JCP Partha Mahanta and DSP Kalyan Pathak, another interstate drug network has been busted. Two accused from other states have been apprenhended at Cachar border.
0.5 kg Heroin & 1.5 lakh Ya ba tablets seized.
Good job @assampolice 👏 pic.twitter.com/x3IZzGYe7s
- Log in to post comments