গৰু বিহুৰ দিনাই অঘটন! গৰুক নোৱাবলৈ যাওতে সুঁতি নৈত উটি মৃত্যু এজনৰ

Bohag Bihu

◾গৰু বিহুৰ দিনাই বিশ্বনাথত অঘটন

◾গৰুক নোৱাবলৈ গৈ এজনৰ মৃত্যু

◾অজলা সুঁতি নৈত উটি গ’ল নিতুল শইকীয়া

◾স্থানীয় ৰাইজে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ

◾বিশ্বনাথ চাৰিআলিৰ গড়েহাগী গাঁৱত এই ঘটনা

Category
Profile picture for user UB Photos